Add Book Write Article
Cancel

অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা ৷

By uf9b861367c on 1 week ago
April 4, 2025, 7:59 a.m.

অশিক্ষিত মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কাম। সিহঁতে ধনীক ঈশ্বৰ যেন দেখে। ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কু-কৰ্মক ধেমালি বোলে আৰু ধনীৰ মাৰ কিলক আদৰ বুলি ভাবে। সিহঁতৰ ভাল-বেয়া বোধ নাই,মান-অপমানৰ জ্ঞান নাই। এনেকুৱা নিৰ্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে৷এয়াই হৈছে অশিক্ষিত মানুহৰ ধন খৰচ কৰা কৌশল।