Kenekoi.com
জানিব খোজাৰ নতুন ঠিকনা
অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস
হিউৱেন চাঙ-এ তেওঁৰ ভ্রমণ গ্রন্থত প্রাচীন কামৰূপক কি বুলি উল্লেখ কৰিছে?
'Their Language differs a little from that of mid-India'- উক্তিটো কাৰ?
'অসমীয়া ভাষা কামৰূপী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে" মন্তব্যটো কাৰ?
'অসমীয়া ভাষাটো বিভিন্ন অনা-আর্য ভাষাৰ সাগৰৰ মাজত এটা সৰু দ্বীপৰ নিচিনা। -মন্তব্যটো কাৰ?
অসমীয়া সাহিত্যৰ যুগ বিভাগ সম্পর্কে প্রথম কোনে আলোচনা আগবঢ়াইছিল?
হেমচন্দ্র গোস্বামীয়ে অসমীয়া সাহিত্যৰ যুগ বিভাগক মুঠ কেইটা ভাগত ভাগ কৰিছে।
দেবেন্দ্র নাথ বেজব করাই অসমীয়া সাহিত্যৰ যুগ বিভাগক মুঠ কৌটো ভাগত ভাগ কৰিছে?
কিমান বছৰ আগতেই সংস্কৃত ভাষাৰ সমৃদ্ধ ৰূপ প্ৰতিফলিত হৈছিল?
‘বেনহু’ মানে কি?
‘বিষ্ণু’ মানে কি?
বিশ্বৰ বৃহৎ ভাষা কেইটা আৰু কি কি?
খ্ৰীষ্টীয় ১০ম শতাব্দীৰ পৰা ১২শ শতাব্দীমানৰ ভিতৰত উদ্ভৱ হোৱা আৰ্যভাষাসমূহ কি কি?
ভাৰতৰ দক্ষিণাংশত প্ৰচলিত ভাষাসমূহ কি কি?
দ্ৰাবিড় শাখাৰ উপ - ভাষাসমূহ কি কি?
অসমবৰ্মীৰ উপশাখাসমূহ কি?
অৰুণাচল ৰাজ্য়ত প্ৰচলিত ভাৰতীয় ভাষাসমূহ কি কি?
অষ্ট্ৰ-এছিয়ৰ প্ৰধান উপশাখাসমূহ কি ?
১১/ কোল-মুণ্ডাৰ ভাষাসমূহ কি কি?
অসমীয়া ভাষাৰ ইতিহাসৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা?