Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
অসমৰ পুৰণি খেল-ধেমালি
By uf9b861367c on 2 weeks ago
'বিহু' আকৌ আহিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল?
ক্ৰীড়া কি?
বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল?
চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল?
ঢোপ খেলৰ প্ৰচলন ক’ত,কেনেকৈ হৈছিল বৰ্ণনা কৰা ৷
বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেল সমূহ কি কি?
ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম লিখা৷
ইণ্ডিজেনাছ গেমছ কোনে, ক’ত,কেতিয়া অনুষ্ঠিত কৰিছিল?
'ফুলতী-মালতী’ খেল কিদৰে খেলা হয়,পাঠৰ আধাৰত লিখা৷
আহোম যুগত কোন ৰজাৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল?তেওঁৰ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল,তাৰ এটি চমু বৰ্ণনা দিয়া৷
অসমৰ কড়ি খেলৰ বিষয়ে এটি প্ৰবাদ আছে৷তাৰ এটি চমু বিৱৰণ দিয়া৷
পুৰণি কালত বিহুৰ সময়ত কেনেধৰণৰ খেল অনুষ্ঠিত হৈছিল?
আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ কি?এই খেল সম্পৰ্কে চমুকৈ লিখা৷
ঢেমনা অনা খেল কোন অঞ্চলত প্ৰচলিত?খেলবিধ সম্পৰ্কে চমুকৈ লিখা৷