Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

অৰ্থ লিখা (অভিধান চাই) :- ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস, পুঞ্জীভূত।

ক্ষতি 一 নাশ, ধ্বংস, হানি, অনিষ্ট

বিজুতি 一 যন্ত্ৰ আদিত ওলোৱা বেমাৰ

গুণা-গঁথা 一 চিন্তা-চৰ্চা

উদাস 一 অনুৰাগহীন

পুঞ্জীভূত 一 সঞ্চিত

Write Your Answer