Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
আঘোণৰ কুঁৱলী
By uf9b861367c on 2 weeks ago
কবি কেশৱ মহন্তই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা।
'পছোৱা' আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল?
কেশৱ মহন্তই কোনখন আলোচনীত প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল ?
'আঘোণৰ কুঁৱলী' শীর্ষক কবিতাটিত উল্লেখ থকা 'সেউতী' কোন?
'জয়ন্তী'ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগাৱা তিনিখন আলোচনীৰ নাম লিখা।
কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।
‘আঘোণৰ পথাৰত কাম আৰু কাম।’- কবিয়ে আঘোণৰ পথাৰত থকা কি 'কাম'ৰ বিষয়ে ইংগিত কৰিছে ?
‘উৰুলি' আৰু 'ৰাগি’ শব্দ দুটাৰ অৰ্থ লিখা।
আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা।
আঘোণৰ পথাৰৰ মন পৰশা চিত্র 'আঘোণৰ কুঁৱলী’ত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।
'আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা।
'আঘোণৰ কুঁৱলী’ত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।
প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। আঘোণৰ পথাৰত দাৱনীৰ কাম আছে মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি, কাম আছে, আঘোণৰ পথাৰত কাম আৰু কাম ।
প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে, ৰাগি আছে, আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।
প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। আঘোণৰ কুঁৱলীত ধাননি লুকালে আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে আঘোণৰ কুঁৱলীতে সেউতী হেৰালে ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল.....
কেশৱ মহন্তৰ প্রথম কবিতা পুথিখনৰ নাম কি?
জয়ন্তী আলোচনীৰ সম্পাদক কোন আছিল?
ৰামধেনু আলোচনীৰ সম্পাদক কোন আছিল?
কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা দুখন পুথিৰ নাম লিখা।