Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

আততায়ী কাক বোলে?

যি আনক বিষ দি, জুই লগায় অথবা অন্যপ্ৰকাৰে অনিষ্ট সাধন কৰিব বিচাৰে। যি আনৰ ধন সম্পত্তি কাঢ়ি নি, ৰাজ্য কাঢ়ি নি ভাৰ্যাক অপমান কৰে অথবা অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে।

Write Your Answer