Add Book Write Article
Cancel

আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি ? বুজাই লিখা ৷

By uf9b861367c on 2 weeks ago
April 5, 2025, 6:04 a.m.

আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে ৷ মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চস্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে ৷ আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে ৷ আধ্যাত্মিক মূল্যবোধৰ বিকাশ তেতিয়াই হয় যেতিয়া মানুহৰ মাজত প্ৰেম, সহযোগিতা, ভক্তি, সংযম, উদাৰতা আদি গুণবোৰ বৃদ্ধি পায় ৷ শ্ৰীমন্ত শংকৰদেৱে কোৱাৰ দৰে- কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম, সজানিয়া সবাকো পৰি কৰিবা প্ৰণাম ৷