Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল - বুজাই লিখা ৷

আপোন পিতৃ-মাতৃ,ভাই-ককাইৰ লগতে নিজ দেশৰ প্ৰতিও আনন্দৰামৰ আছিল অগাধ ভক্তিভাৱ ৷ সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজিত তেওঁ নিজকে 'প্ৰাগজ্যোতিষপুৰসম্ভৱম' বুলি পৰিচয় দিছে ৷ "মহাবীৰ চৰিত"ৰ সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ৷ এনেদৰে য’তেই সুবিধা পাইছে ত’তে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে ৷

Write Your Answer