Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

"আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব" -'আমাৰ দুজন' বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে?

"আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব" -'আমাৰ দুজন' বুলি ইয়াত নাজিয়া আৰু নাজিয়াৰ গিৰিয়েকৰ কথা কোৱা হৈছে ৷

Write Your Answer