Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?

আৰ্য শিক্ষাৰ ৬৪ কলাবিদ্যা। এই কলাবিদ্যাবোৰ ১১ টা বিভাগত দিয়াৰ ব্যৱস্থা আছিল। সেইবোৰ হৈছে: ১. সাহিত্য ২. গৃহপাল বিদ্যা ৩. বন্ধন বিদ্যা ৪. সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা ৫. হাতেৰে কাম কৰা বিদ্যা ৬. শিল্প বিদ্যা ৭. বিজ্ঞান ৮. সংগীত বিদ্যা ৯. নাট্য বিদ্যা ১০. শিষ্টাচাৰ বিদ্যা ১১. শাৰীৰিক ব্যায়াম বিদ্যা

Write Your Answer