জানিব খোজাৰ নতুন ঠিকনা
ইন্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। "Interconnection of Networks"। এই শব্দকেইটাৰ প্ৰথম অংশ সংযোজন ঘটি "Internet" শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট (Net) বুলিও কোৱা হয়।