Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ইব্ৰাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?

ইব্ৰাহিম বাইবেল আৰু কোৰানত উল্লেখ থকা এগৰাকী ঈশ্বৰৰ দূত বা নবী আছিল ৷ ঈশ্বৰে সপোনত দিয়া নিৰ্দেশ মতে তেওঁ নিজ পুত্ৰ ইছমাইলক বলিদান দিছিল ৷

Write Your Answer