Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।

ইৰাণৰ কেইখনমান উল্লেখযোগ্য় ঠাইৰ নাম হ'ল ― বুশ্বেৰ, টেহৰাণ, চিৰাজ, আহৱাজ, টাবৰিজ, ইছফাহান, মাছাদয়াজ, হামাদান, কাৰমান আদি।

Write Your Answer