Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা।

ইৰাণ চহৰৰ ভূতত্বৰ বিষয়ে ক'বলৈ গ'লে পোনপ্ৰথমে মনলৈ আহে জাগ্ৰছ পৰ্বতমালাৰ কথা। ইৰাণ চহৰৰ মূখ্য় আকৰ্ষণ হৈছে এই পৰ্বতমালা। ইৰাণৰ পাৰস্য় উপসাগৰীয় অঞ্চলত ডেৰশতকৈও অধিক তৈলক্ষেত্ৰ আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল। ইৰাণৰ ভূ-স্তৰত বিভিন্ন যুগৰ বিভিন্ন শিলাস্তৰত তেল আৰু গেছ পোৱা যায়।

Write Your Answer