Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ঈশোপনিষদত ‘ভূঞ্জীথাঃ’ মানে কি বুজাইছে?

ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিত বিধিবাক্য হিচাপে আছে 'ভূঞ্জীথাঃ', নিষেধ বাক্য মা গৃধঃ। ইয়াৰ অৰ্থ হ’ল ভোগ কৰা আৰু সেই ভোগ ত্যাগ কৰিহে কৰিব লাগে।

Write Your Answer