Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

উত্তম,মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয়? ৰাজকাৰ্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয়?

ৰাজসভাৰ সকলো মন্ত্ৰী একমত হৈ দিয়া মন্ত্ৰক উত্তম, অধিকাংশ মন্ত্ৰীয়ে একমত হৈ দিয়া মন্ত্ৰক মধ্যম আৰু নিজৰ বল শক্তিৰ ওপৰত আস্থা নাৰাখি দৈৱলৈ ঠেলি দি গ্ৰহণ কৰা মন্ত্ৰক অধম মন্ত্ৰ কোৱা হয় ৷

ৰাজকাৰ্য পৰিচালনা কৰোঁতে উত্তম মন্ত্ৰক ব্যৱহাৰ কৰা হয় ৷

Write Your Answer