Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা ।

নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্য়ক্তিয়েই একো একোজন উদ্য়োগী বা "entrepreneur"। সেই হিচাপত জুবিন, পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্টোৰা বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্য়ক্তি সকলোৱেই একো একো গৰাকী উদ্য়োগী।

Write Your Answer