Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

"উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।" শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা।

"উদ্য়োগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচাৰ।" ইয়াৰ অৰ্থ এয়ে যে, এজন উদ্য়োগী অৰ্থাৎ আন্ট্ৰাপিনিওৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্য়ৱধান হ'ল এলাহ। আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্য়োগী বা আন্ট্ৰাপিনিওৰ হোৱা। কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্য়ালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্য়োগী হোৱা।

Write Your Answer