Kenekoi.com
জানিব খোজাৰ নতুন ঠিকনা
উভতি নহাৰ কবিতা
'উভতি নহাৰ কবিতা' পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পার্থক্য লিখা।
'উভতি নহাৰ কবিতা’ কোন শ্রেণীৰ কবিতা?
‘তামীঘৰা’ শব্দটিৰ অর্থ লিখা।
নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা।
নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।
নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে ?
কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিৱৰ্তন হʼব ?
কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।
‘উভতি নহাৰ কবিতা’টিৰ মূলভাব লিখা ।
কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে, বুজাই লিখা।
'উভতি নহাৰ কবিতা'ত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালোঁ জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ ।
প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কোনোবা আহিব মোৰ দৰে কোনো দিনা ? মোৰ সুৰতে বাজিব নতুন বীণা ? ওহোঁ সেয়া হʼব নতুন মানুহ সেই দিনো হʼব নতুন দিন মোৰ তাত একো নাথাকে চিন ।
নৱকান্ত বৰুৱাই কোন চনত জন্ম গ্রহণ কৰিছিল?
ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম লিখা।