Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

‘উৰুলি' আৰু 'ৰাগি’ শব্দ দুটাৰ অৰ্থ লিখা।

‘উৰুলি' শব্দৰ অৰ্থ হ'ল -শুভ কার্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ। আৰু 'ৰাগি’শব্দৰ অৰ্থ হ'ল- নিচা, মাদকতা।

Write Your Answer