Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'এখন চিঠি’ কবিতাত পত্নীৰ প্ৰতি সৈনিকজনৰ কেনে মনোভাৱ প্ৰকাশ পাইছে?

'এখন চিঠি’ কবিতাটোত এগৰাকী সৈনিকে তেওঁৰ পত্নীলৈ এখন চিঠি লিখিছে। সাংসাৰিক স্নেহৰ মধুৰ প্ৰকাশ কবিতাত ব্যঞ্জিত হৈছে৷পত্নীৰ পৰা বিদায় লৈ অহা মৌন ক্ষণৰ কথা সৈনিকজনে চিঠিখনৰ জৰিয়তে সোঁৱৰণ কৰিছে ৷ ওখ পৰ্বতমালাৰ মাজত থাকি তেওঁৰ সকলো কল্পনা ছাঁই হৈ গৈছে ৷ আদেশ পালেই যিকোনো মুহূৰ্ততে যুদ্ধলৈ যাবলৈ তেওঁ সাজু এই কথা চিঠিখনত ব্যক্ত কৰিছে ৷

Write Your Answer