Add Book Write Article
Cancel

'এখন চিঠি’ কবিতাত যুদ্ধক্ষেত্ৰৰ ভয়াৱহতা কেনেদৰে প্ৰকাশ পাইছে লিখা ৷

By uf9b861367c on 1 week ago
April 4, 2025, 11:28 a.m.

'এখন চিঠি’ কবিতাত এনেকুৱা এটা ভয়াবহ পৰিস্থিতিৰ অৱতাৰণা কৰিছে য’ত যিকোনো সময়তে যুদ্ধক্ষেত্ৰলৈ যাবলৈ সাজু হ’ব লাগিব ৷ শত্ৰু সৈন্যই কোন সময়ত আক্ৰমণ কৰে তাৰ কোনো ঠিক নাই ৷প্ৰতি মুহূৰ্ততে যেন মৃত্যুৱে আগচি ধৰিব এনেকুৱা এটা পৰিস্থিতি ৷ আৰু এই পৰিস্থিতিৰ লগত যুঁজিবলৈ আৰু দেশৰ বাবে প্ৰাণ দিবলৈ সৈনিক সদায় সাজু ৷