Add Book Write Article
Cancel

এখন চিঠি

By uf9b861367c on 2 weeks ago
'এখন চিঠি' কবিতাটো হেম বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে?
হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা ৷
চেলা গিৰিপথ ক’ত আছে?
কবিয়ে কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে?
'এখন চিঠি’ কবিতাটোত উল্লেখ কৰা সৈনিক জনৰ পত্নীৰ নাম কি?
'এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল?
'এখন চিঠি’ কবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ কেনে বিৱৰণ আগবঢ়াইছে?
সৈনিকজনে মৃত্যুক কেনেদৰে গ্ৰহণ কৰিছে?
নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে?
সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱাৰাৰ কাৰণ কি?
'এখন চিঠি’ কবিতাত পত্নীৰ প্ৰতি সৈনিকজনৰ কেনে মনোভাৱ প্ৰকাশ পাইছে?
সৈনিকৰ দেশ প্ৰেম 'এখন চিঠি’ কবিতাটোত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ৷
'এখন চিঠি’ কবিতাত যুদ্ধক্ষেত্ৰৰ ভয়াৱহতা কেনেদৰে প্ৰকাশ পাইছে লিখা ৷
'তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল’ কথাষাৰৰ মৰ্মাৰ্থ বুজাই লিখা৷
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী ৷
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- মৃত্যুৱে যদি অভিনন্দন জনায় সেই মৃত্যু পাৰিজাত ফুল তাত দেৱতাৰ আশীৰ্বাদ আছে ৷