Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন?

এজন সফল উদ্য়োগী হ'বলৈ ধৈৰ্য্য়, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এই গুণবোৰৰ প্ৰয়োজন।

Write Your Answer