Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

এজন সফল উদ্যোগী হ'বৰ বাবে কি কি গুণ অপৰিহাৰ্য?

এজন সফল উদ্যোগী হ'বৰ বাবে ধৈৰ্য্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস, আৰু হাৰ নমনা মনোবৃত্তি অপৰিহাৰ্য।

Write Your Answer