Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

এটা শব্দত প্ৰকাশ কৰা।

গৰু বন্ধা ঠাই - গোহালী

যিজন সকলোৰে মাজত প্ৰিয় - জনপ্ৰিয়

যিয়ে ৰাতি নেদেখে - কুকুৰিকণা

যাক সহজে লাভ কৰিব নোৱাৰে - দুৰ্লভ

যিজনে সকলো জানে - জ্ঞানী

যিজনে বিষ্ণুক উপাসনা কৰে - বৈষ্ণৱ

Write Your Answer