Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

এডৱাৰ্ড ছাপিৰৰ ভাষা সম্পৰ্কীয় সংজ্ঞাটো কি?

এডৱাৰ্ড ছাপিৰৰ মতে, "ভাষা হৈছে স্বেচ্ছাই উৎপাদিত প্ৰতীকৰ ব্যৱস্থাৰ দ্বাৰা ধাৰণা, আৱেগ আৰু ইচ্ছাৰ যোগাযোগৰ এক বিশুদ্ধ মানৱীয় আৰু অপ্ৰবৃত্তিগত পদ্ধতি।"

Write Your Answer