Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?

কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দি কৈছিল যে, তেওঁলোকে যেন শিক্ষকৰ লগ নেৰে, শিক্ষকে যি কথা কয় সেইমতে যাতে চলে। লগতে মাকে নিজৰ বয় বস্তুবোৰ চম্ভালিবলৈ উপদেশ দিয়াৰ লগতে কৈছিল যে, অৰণ্যৰ পৰা বহু কথা শিকিবলগীয়া আছে। গতিকে, তেওঁলোকে যিমান পাৰে অৰণ্যৰ পৰা শিকি অহা উচিত।

Write Your Answer