আনুষঈিক - মূল বিষয়ৰ লগত গৌণভাৱে জড়িত ।
পুৰুষানুক্ৰমে - এক পুৰুষৰ পৰা তাৰ পিছৰ পুৰুষলৈ ।
সংগত - খাপখোৱা, উচিত, যুক্তিযুক্ত ।
উদাসীনতা - অনুৰাগ নথকা স্বভাৱ ।
অনুকম্পা - সহানুভুতি, কৰুণা, দয়া ।
কঙাল - যাৰ একো নাই, নিঃস্ব, দুখীয়া, খাবলৈ নোপোৱা ।
প্ৰতীক্ষা - অপেক্ষা ।
প্ৰত্যাশা - আশা, ভাৰসা ।
স্বয়ংক্ৰিয় - আপোনা- আপোনি ক্ৰিয়া কৰা ।