Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?

'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কৈছিল যে -"মোক যদি কোনোৱাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ'ব কাঠমিস্ত্ৰীৰ ঘৰ"।

Write Your Answer