Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনা আছে ?

কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে চীনদেশত প্ৰচলিত যোজনা -

কিতাপ মেলা মানেই লাভ ৷

বিদ্বান লোকে চোৰাং কাম নকৰে ৷

আলবানিয়াত প্ৰচলিত যোজনা-

যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা ৷

Write Your Answer