Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

কথা-কবিতা বুলিলে কি বুজা?পৰৰ ইয়াৰ দুটা বৈশিষ্ট্য লিখা ৷

কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা একশ্ৰেণীৰ কবিতাকে কথা-কবিতা বুলি কোৱা হয় ৷ কথা-কবিতাৰ দুটা বৈশিষ্ট্য হ’ল- ১) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে ৷ ২) কথা-কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে ৷

Write Your Answer