Add Book Write Article
Cancel

কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়?

By uf9b861367c on 2 weeks ago
April 5, 2025, 6:09 a.m.

কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা পৰিৱৰ্তন আৰু বৈশিষ্ট্যসমূহলৈ লক্ষ্য কৰি ১০-১১ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সৰ সময়খিনিকে সচৰাচৰ কৈশোৰ কাল বুলি জনা যায়। বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ সময়ছোৱা হৈছে কৈশোৰ কাল।