Add Book Write Article
Cancel

কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা।

By u255f5c61b2 on 1 week ago
April 9, 2025, 4:03 a.m.

আইন অমান্য আন্দোলনক ব্ৰহ্মপুত্ৰ উপত্যকাত এক বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত স্কুল-কলেজত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ঠ অৰিহণা আগবঢ়াইছিল।সেয়ে ইংৰাজ চৰকাৰে ছাত্ৰসকলক এই আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ বিভিন্ন ব্যৱস্থা কৰিছিল। ১৯৩০ চনত কানিংহাম চাৰ্কুলাৰ তেনে এক ব্যৱস্থাৰে অংশ আছিল। কানিংহাম চাৰ্কুলাৰে জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল। চৰকাৰে দোষী সাব্যস্ত হোৱা সকলক জৰিমণা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হ'ব বুলি ঘোষণা জাৰি কৰিছিল। চৰকাৰৰ এই প্ৰৰোচনামূলক কাৰ্যই ছাত্ৰসকলক আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ উৎসাহিতহে কৰিছিল।