Add Book Write Article
Cancel

কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?

By u255f5c61b2 on 2 weeks ago
April 4, 2025, 3:50 p.m.

যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নোবোলে।