Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

কবিতাটোত "কাঠবাঁজী" বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে?

কবিতাটোত "কাঠবাঁজী" বুলি যশোদাক কৈছে। "কাঠবাঁজী" অৰ্থ হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা।

এই অপবাদৰ পৰা তেওঁক শ্ৰীকৃষ্ণই ৰক্ষা কৰিলে।

Write Your Answer