Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে?

কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি পৰম আৰাধ্য ভগৱানৰ কথা বুজাইছে ।তেওঁক চকুৰে দেখা নাপালেও মনৰ দৃষ্টিৰে তেওঁ হৃদয়ৰ গভীৰ কোণত নিতৌ ভগৱানৰ সান্নিধ্য উপলব্ধি কৰে।

Write Your Answer