কবিৰ পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে।তেওঁৰ পৰম আৰাধ্যজনে সপোনে-দিঠকে, মানসৰ তীৰে তীৰে আহি নিতে তেওঁক দর্শন দিয়ে।