Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।

কুলক্ষয় হ'লে কুলধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হ'লে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব। অধৰ্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব। স্ত্ৰীসকল বিপথে গ'লে বৰ্ণসংকৰ হ'ব আৰু কুল নৰকত যাব। তেতিয়া আকৌ পিতৃ সকলৰ লুপ্তপিণ্ডসমূহ জ্বলাঞ্জলিহীন হৈ পৰিব। এনেবোৰ দোষৰ বাবে সকলো জাতি-ধৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব। সেয়েহে কুলক্ষয় দোষক মহাপাপ বোলা হৈছে।

Write Your Answer