Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

কৈশোৰ কালৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।
কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়?
মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰকাল বুলি অভিহিত কৰিব পাৰি?
নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাবৰ উন্মেষ হোৱাত সহায় কৰে ?
কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষাক কি বুলি কোৱা হয়?
কৈশোৰকালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা।
কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱর্তন সমূহ ফঁহিয়াই লিখা।
কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কি দৰে হয় ?
কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি?
কিশোৰ-সংস্কৃতি কি ?
কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।
কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী ? উদাহৰণসহ বর্ণনা কৰা। উদাহৰণসহ বৰ্ণনা কৰা ৷
চমুটোকা লিখা । দিবাস্বপ্ন, বীৰপূজা, অপৰাধপ্ৰৱণ কিশোৰ
'কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত।' – ব্যাখ্যা কৰা।
'বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্রধান বৈশিষ্ট্য৷’ -চমুকৈ আলোচনা কৰা।