Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

`কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা ?

`কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হ’ল:

(ক) আধুনিক কবিতা বাস্তৱবাদী ।

(খ) আধুনিক কবিতা সামবাদী ভাৱধাৰাৰে পৰিপুষ্ট ।

Write Your Answer