Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
কৰুণতম-ড° নিৰ্মলপ্ৰভা বৰদলৈ
By uf9b861367c on 2 weeks ago
নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
নিমলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে?
`কৰুণতম’ কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে ?
`কৰুণতম’ কোন শ্ৰেণীৰ কবিতা?
নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য লিখা?
নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা ?
নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা ?
নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষনামূলক গ্ৰন্থ তিনিখনৰ নাম লিখা ?
`কৰুণতম’ আৰু `সুবাস’ শব্দৰ অৰ্থ লিখা?
`কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা ?
`কৰুণতম’ কবিতাৰ নামাকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা ৷
`কৰুণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে বিচাৰ কৰা ৷
`কৰুণতম’ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা ৷
`কৰুণতম’ কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিএ আংকন হোৱা বুলি ক’ব পাৰি নেকি বিচাৰ কৰা ৷
প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা । মই মোক মোৰ সন্তানৰ কাৰণে ক’ত থৈ যাম ক’ত??
`কৰুণতমʼ কবিতাটো বৰদলৈৰ কোনখন কবিতাপুথিৰ অৰ্ন্তগত ?
নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ?
নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি?
নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম কʼত হৈছিল ?
নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহন কৰিছিল?