Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।

কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হৈছে 一 গুৰু দ্ৰোণাচাৰ্য্য়, ভীষ্ম কৰ্ণ, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা।

Write Your Answer