Add Book Write Article
Cancel

কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান ?

By uf9b861367c on 2 weeks ago
April 4, 2025, 1:25 p.m.

চিঠি এখনেই চিঠিৰ মূল্য।কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে ।কাৰণ তেওঁ আছিল এজন বিশ্ববিখ্যাত কবি আৰু সাহিত্যিক।পৰিচিত-অপৰিচিত অজস্ৰ মানুহে তেওঁক চিঠি দিছিল।সাধাৰণতে এজন বিখ্যাত মানুহৰ বিষয়ে জানিবলৈ সকলোৰে কৌতুহল জন্মে।সেইবাবে ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠি মূল্যৱান বুলি ভবা হয়।আৰু সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে ।