Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

কাৰ নেতৃত্বত কোন অঞ্চললৈ ট্ৰেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত মাউণ্ট এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল?

প্ৰয়াত পৰ্বতাৰোহী নেছিম বাইটীৰ নেতৃত্বত নেপাল-হিমালয়ৰ হেলেম্বু অঞ্চললৈ ট্ৰেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত মাউণ্ট এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল ৷

Write Your Answer