Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে "স্বৰাজ" বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?

ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰোহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে "স্বৰাজ" দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

Write Your Answer