Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

কি দুটা কাৰণত মানুহে কৃপণালি কৰে ?

কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ বাবে কৃপণালি কৰে আৰু আন কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ বাবেও কৃপণালি কৰে।

Write Your Answer