Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

গান্ধীজীয়ে কোন কাৰ্যসূচীত 'সত্যাগ্ৰহ' ব্যৱহাৰ কৰিছিল?

গান্ধীজীয়ে চম্পাৰণ, খেড়া আৰু আহমেদাবাদত কৃষকসকলৰ আৰু মিল শ্রমিকসকলৰ অধিকাৰ সমৰ্থন কৰিবলৈ 'সত্যাগ্ৰহ' ব্যৱহাৰ কৰিছিল।

Write Your Answer