Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা।

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিদ্বন্দ্ববী নেতা মহাত্মা গান্ধীয়ে ১৯২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে। ২১ তাৰিখে তেওঁ তেজপুৰত উপস্থিত হয়। সেইদিনা ৰাতিপুৱা প্ৰায় ৯.৩০ বজাত গান্ধীভাৰী জাহাজখন তেজপুৰ ঘাটত ৰ’ল। পদ্মনাথ সহিতে গোটেই ৰাইজে গান্ধীৰ সম্ভাষণ যাচিলে। গান্ধীয়ে গোহাঞিবৰুৱাক ঘৰতে সূতা কাটি বৈ উলিওৱা খদ্দৰ কাপোৰ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে। তেজপুৰীয়া ৰাইজে শোভাযাত্ৰাৰে গান্ধীক আগবঢ়াই নি আগৰৱালা পকীত জা-জলপানেৰে আপ্যায়ন কৰিলে। কিছুসময় পিছত গান্ধীয়ে স্বৰাজ আৰু অসহযোগ সম্পৰ্কে এটা দীঘলীয়া ভাষণ দি অসমৰ পৰা বিদায় লয়।

Write Your Answer