Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
গৌৰৱ
By uf9b861367c on 2 weeks ago
কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা ৷
'ডিভাইন কমেডি’ কাৰ ৰচনা?
নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল ?
মৈথিলী জৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ 'টনাটনি’ কৰে ?
জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে?
সৌভাগ্যৰপৰা গৌৰৱ কেনেকৈ ওপজে ?
ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী হয়নে ? বুজাই লিখা ৷
বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে ?
শুদ্ধোধনৰ নাম মানুহে কিয় জানে?
দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?
"ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল" -কথাষাৰ বুজাই লিখা৷
'গৌৰৱ' প্ৰৱন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- "বিজেতাই মানুহক হে পৰাস্ত কৰে,মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে"৷
জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে?বুজাই লিখা৷
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা৷- "ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে৷"